This browser does not support the video element.
বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত চৌধৰী বজাৰত আগন্তুক নিৰ্বাচনকলৈ মণ্ডল কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হয়
Doboka, Hojai | Aug 26, 2025
মঙ্গলবাৰে সন্ধিয়া ৭বজাত বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত চৌধৰী বজাৰ মণ্ডল কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হয়।উক্ত সভাত উপস্থিত থাকে বিন্নাকান্দি সমষ্টিৰ ব্লক কংগ্ৰেছৰ সভাপতি তথা APCCৰ সংখ্যালঘু বৰ্ডৰ সাধাৰণ সম্পাদক ৰেহান উদ্দিন।এই সভাত ৰেহান উদ্দীনৰ লগতে সংঘ দিয়ে বৰ্ষিয়ান কংগ্ৰেছ নেতা মাহমুদ হাচান,হোজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ সভাপতি সাহাব উদ্দিন আৰু কংগ্ৰেছ কৰ্মী সকল।উক্ত সভাত আগন্তুক ২০২৬ৰ বিধান সভা নিৰ্বাচনকলৈ বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।