Download Now Banner

This browser does not support the video element.

নগাঁও: মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত বটদ্ৰৱা থান

Nagaon, Nagaon | Sep 12, 2025
মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত বটদ্ৰৱা । শংকৰদেৱৰ শিষ্য, বঢ়াৰ পো মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি বটদ্ৰৱা থানত ‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’ হিচাপে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে যোৱা কালিৰ পৰা আৰম্ভ হৈছে। পুৱা ‘তাল কোবোৱা’ প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে কীৰ্তন ঘৰৰ পিৰালিত বহি "নাম ডাকা" কাৰ্যসূচীৰে মুখৰিত কৰি তুলিছে। মাধৱদেৱৰ তিথি উপলক্
Read More News
T & CPrivacy PolicyContact Us