This browser does not support the video element.
বঙাইগাঁও ভাগ: ওৱাইন শ্বপ স্থাপনৰ বিৰোধীতা কৰি বঙাইগাঁৱৰ বৰপাৰা ২০নং ৱাৰ্ডত স্থানীয় মহিলাসকলৰ প্ৰতিবাদ
Bongaigaon Part, Bongaigaon | Sep 6, 2025
শনিবাৰে বঙাইগাঁৱৰ বৰপাৰা ২০নং ৱাৰ্ডত মহিলাসকলৰ প্ৰতিবাদ । ওৱাইন শ্বপ স্থাপনৰ বিৰোধীতা কৰি স্থানীয় মহিলাসকলে প্ৰতিবাদ কৰে । প্ৰতিবাদকাৰী মহিলাসকলে সংবাদ মাধ্যমক জনায় যে ইতিমধ্যেই উক্ত সমস্যা লৈ জিলা আয়ুক্ত, পৌৰসভা আৰু আবকাৰী বিভাগক অভিযোগ দিয়া হৈছে । মহিলা সকলৰ অভিযোগ যে উক্ত স্থানত ওৱাইন শ্বপ স্থাপন হ'লে অঞ্চলৰ পৰিবেশ বিনিষ্ট হব।