Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: আজি সন্ধিয়া ৬ বজাত বিহপুৰীয়াত বিহু উৎসৱ সোণালী জয়ন্তী উদযাপন সমিতিৰ সংবাদ মেল ৷

Bihpuria, Lakhimpur | Mar 31, 2024
বিহপুৰীয়াত বিহু উৎসৱৰ সোণালী জয়ন্তী সংবাদমেল বিহপুৰীয়া সমষ্টিত বিহু উৎসৱৰ ৫০ বছৰ গৰকা প্ৰথম খন বিহু উৎসৱ ৷ ৰদালি,ৰঙালী আৰু বৰ্ণালী সংঘই একেলগে এইবাৰ ৰঙালী উৎসৱৰ সোণালী জয়ন্তী উৎসৱ ভাগ অহা ২৩,২৪,২৫ আৰু ২৬ এপ্ৰিলত চাৰিদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে বিহপুৰীয়াৰ কটকীবড়ী গ্ৰাম্য ক্ৰীড়া সন্হাৰ খেল পথাৰত অনুস্হিত কৰিব৷ এই লৈ আজি সন্ধিয়া অভ্যৰ্থনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাৰ সঞ্চালনা ত এখনি সংবাদমেল অনুস্হিত কৰে৷সমিতিৰ সম্পাদক ৰূপক বৰাই আত ধৰা সংবাদমেল
Read More News
T & CPrivacy PolicyContact Us