This browser does not support the video element.
ডুমডুমা: সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ সামৰণি
Doom Dooma, Tinsukia | Sep 8, 2025
তিনিচুকীয়াত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ সামৰণি । মটকসকলক জনজাতিকৰণ প্ৰদান কৰা, পূৰ্ণ স্বায়ত্তশাসন প্ৰদান কৰা, ঐতিহাসিক কৃতিচিহ্নসমূহ বেদখলমুক্ত কৰাৰ দাবীৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ। অৱস্থান ধৰ্মঘটৰ জৰিয়তে অতিসোনকালে মটকসকলৰ উক্ত দাবীসমূহ পূৰণ নকৰিলে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ।