This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জত ৰিজাৰ্ভ ক্ল'জ কৰিল হালাকুৰা পহৰা চকীৰ আৰক্ষী কনিষ্টবল বিজয় কুমাৰ ৰায়ক
Dhubri Part, Dhubri | Aug 27, 2025
নিষিদ্ধ মাংসৰ বেপাৰীৰে সু সম্পৰ্ক ৰাখি বিপদত আৰক্ষী। তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰিল হালাকুৰা পহৰা চকীৰ আৰক্ষী কনিষ্টবল বিজয় কুমাৰ ৰায়ক । নিষিদ্ধ মাংসৰ বিৰুদ্ধে কঠোৰ ধুবুৰী আৰক্ষী। দুদিন পূৰ্বে গোলকগঞ্জৰ পোকালাগিৰ মোদক পাৰাৰ গাঁৱৰ পথত পেলায় থৈ যায় নিষিদ্ধ মাংস। হিন্দু বসতি পূৰ্ণ এলেকাত মাংস পেলোৱাক কেন্দ্ৰ কৰি হালাকুৰা আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে গাঁৱৰ