This browser does not support the video element.
বৰমা ভাগ: সৰভোগ পৌৰসভা কাৰ্যালয়ত পৌৰসভাৰ সভানেত্ৰীৰ উপস্থিতিত লোক কল্যাণ মেলা
India | Sep 24, 2025
সৰভোগ পৌৰসভা কাৰ্যালয়ত পি এম স্বনিধি আচনিৰ হিতাধিকাৰীৰ উপস্থিতিত "লোক কল্যাণ মেলাৰ" লগতে পি এম আৱাস যোজনা 2.0 অধীনৰ হিতাধিকাৰীৰ সৈতে "অংগীকাৰ" নামেৰে এক সভা অনুষ্ঠিত হয়। লোক কল্যাণ মেলাৰ সভাত সৰভোগ পৌৰসভাৰ সভানেত্ৰী, কাৰ্য্যবাহী বিষয়া, উপ পৌৰপতি, ৱাৰ্ড কমিচনাৰ সকলৰ লগতে হিতাধিকাৰী সকল উপস্থিত থাকে ।