Download Now Banner

This browser does not support the video element.

ওদালগুৰি: টংলাত অনুষ্ঠিত হয় বিজেপি দলৰ বিশেষ সাংগঠনিক সভা, উপস্থিত থাকে বিধায়ক দিগন্ত কলিতা

Udalguri, Udalguri | Aug 31, 2025
খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টংলাস্থিত মণ্ডল বিজেপিৰ কাৰ্যালয়ত মণ্ডল বিজেপিৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক দিশ, সমাগত পৰিষদীয় নিৰ্বাচন আৰু আগন্তুক দিনৰ পৰিকল্পনা সম্পৰ্কে বিশদ ভাবে পৰ্যালোচনা কৰা হয়। উক্ত গুৰুত্বপূৰ্ণ সভাত বিধায়ক গৰাকীৰ সতে জিলা বিজেপিৰ উপ সভাপতি বিকন চন্দ্ৰ ডেকা, এমচিএলএ অৰ্পনা মেধি, মিডিয়া পেনেলিষ্ট শ্যামল সৰকাৰ প্ৰমুখ্যে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us