This browser does not support the video element.
মাজুলী: শ্ৰী ৰাম পঞ্চায়তৰ বিভিন্ন বুথত জিলা অবিচি মৰ্চাৰ নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত হয়
Majuli, Majuli | Apr 6, 2024
অবিচি মৰ্চা মাজুলী জিলা সমিতিৰ উজনি মণ্ডলৰ অন্তৰ্গত শ্ৰীৰাম পঞ্চায়তৰ বিভিন্ন বুথত নিৰ্বাচনী কাৰ্য্যসূচী হিচাপে ঘৰে ঘৰে চোতাল বৈঠক অনুষ্ঠিত হয়।জিলা সভাপতি বিকাশ বৰা,উপ সভাপতি ক্ৰমে লক্ষ্মীৰাম নাথ শ্ৰী বুদ্ধেশ্বৰ সেনাপতি, সা:সম্পাদক বিজয় কৃষ্ণ শইকীয়া, সম্পাদক উৎপল শইকীয়া, উজনি মণ্ডল সভাপতি প্ৰণৱ জ্যোতি শইকীয়া,আমন্ত্ৰিত সদ্যস পৱিত্ৰ হাজৰিকা আৰু দলীয় সতীৰ্থ সকল উপস্থিত থাকি এই কাৰ্যসূচী ত অংশগ্ৰহণ কৰে।