Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে যোৰহাটত, চন্দন নগৰত এই সমূহ কেনেদৰে নিৰ্মূল কৰিব পাৰি টীয়ক সম জিলা SP ৰ উপস্থিতিত সভা
Jorhat West, Jorhat | Aug 22, 2025
ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে যোৰহাটত । চন্দন নগৰত এই সমূহ কেনেদৰে নিৰ্মূল কৰিব পাৰি সম জিলা SP ৰ উপস্থিতিত সভা। চন্দন নগৰৰ জনপথ সাংস্কৃতিক কেন্দ্ৰত আজি অনুষ্ঠিত হয় সভা খন । জিলা প্ৰশাসন আৰু সামাজিক ন্যায় মন্ত্ৰালয়ৰ সহযোগত ড্ৰাগছ বিৰোধী সজাগতা সভা । ড্ৰাগছমুক্ত যোৰহাটৰ বাবে ঐক্য গঢ়ি তোলা সমন্বয় আৰু দিশ নিৰ্ধাৰণ সভাখনি চন্দন নগৰ বাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!