Download Now Banner

This browser does not support the video element.

বৰপেটা: বৰপেটা জিলা বিজেপি কাৰ্যালয়ত অসম প্ৰদেশ অ'বিচি মৰ্চাৰ ৰাজ্যিক সভাপতিৰ সভাপতিত্বত সভা

Barpeta, Barpeta | Aug 22, 2025
ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ অ'বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি তথা হাউচিং বোৰ্ডৰ ভাইচ চিয়াৰমেন সুভাষ দত্তৰ সভাপতিত্বত বৰপেটা জিলা বিজেপি কাৰ্যালয়ত সাংগঠনিক সভা এখন অনুষ্ঠিত হয় ৷ ২৬ৰ নিৰ্বাচনৰ পুপ্বে দলৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে উক্ত সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বৰপেটা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল কুমাৰ দাস, জিলা বিজেপিৰ সম্পাদক হেমন্ত কুমাৰ দেউৰীৰ লগতে দলীয় কাৰ্যকৰ্তা সকলৰ উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us