Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত ভাৰত ৰত্ন ড• ভূপেন হাজেৰিকাৰ জন্ম শতবাৰ্ষিকী শতবাৰ্ষিকী বন্তি প্ৰজ্বলন কৰি উদযাপন

Dhubri Part, Dhubri | Sep 9, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত গৌৰীপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত ভাৰত ৰত্ন ড• ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উলহমালহেৰে পালন কৰে। সেই উপলক্ষে আবেলি সময়ত ড• ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱক প্ৰবিৰ কুমাৰ বৰুৱা।
Read More News
T & CPrivacy PolicyContact Us