Download Now Banner

This browser does not support the video element.

মৰিয়নি: পুখুৰীয়া ডেকা গাঁৱত পুৱতি নিশা আৰক্ষীৰ সৈতে সংঘাত একাংশ যুৱকৰ,কৰ্তব্যৰত অৱস্থাত থকা যান-বাহন আৰক্ষীক ভাবুকি

Mariani, Jorhat | Sep 3, 2025
পুখুৰীয়া ডেকা গাঁৱত পুৱতি নিশা আৰক্ষীৰ সৈতে সংঘাত একাংশ যুৱকৰ। কৰ্তব্যৰত অৱস্থাত থকা যান-বাহন আৰক্ষীক ভাবুকি উত্তেজিত লোকৰ। ৰাম দেৱ বাবা মন্দিৰত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানৰ বাবে হৈছিল অত্যাধিক ভিৰ।ট্ৰেফিক আইন উলংঘা কৰা NL07CC- 1177 নম্বৰৰ এখন বাহনৰ ফটো তোলা বাবেই যান-বাহন আৰক্ষীক জবাব দিহি কেইজনমান উদণ্ড যুৱকৰ।আৰক্ষীৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হয় যুৱককেইজন।
Read More News
T & CPrivacy PolicyContact Us