Download Now Banner

This browser does not support the video element.

গোৰেশ্বৰ ভাগ: তামুলপুৰ জিলাত বিজেপিৰ তিনিখনকৈ বিজয় সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Goreswar Part, Baksa | Aug 3, 2025
তামুলপুৰ জিলাত দেওবাৰে তিনিখনকৈ বিজেপি দলৰ বিজয় সংকল্প যাত্ৰাৰ কাৰ্যসুচীত অংশ গ্ৰহণ কৰে।আবেলি ৪ মান বজাত শুক্লাই চেৰফাঙত সামৰণি পেলায় বিজয় সংকল্প যাত্ৰাৰ দিনটোৰ কাৰ্যসুচী।মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বিটিআৰৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ পিছতে নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ পিছতে শেষৰখন শুক্লাই চেৰফাঙত অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় সংকল্প যাত্ৰাত দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us