This browser does not support the video element.
কোকৰাঝাৰ ভাগ: দাদগিৰিৰ গেলেংফু চেক পোষ্টৰ অচৰৰ পৰা ৬ নং এচএচবিয়ে ভূটানৰ পৰা অনা অবৈধ পেট্ৰোল সহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে
Kokrajhar Part, Kokrajhar | Sep 6, 2025
শনিবাৰ দিনা দিনৰ ১২.৩০ বজাত কোকৰাঝাৰ জিলাৰ ৰানীগুলিত থকা ৬ নং এচএচবিয়ে ভাৰত ভূটান সিমান্তৰ দাদগিৰিৰ গেলেংফু চেক পোষ্টৰ অচৰৰ পৰা ভূটানৰ পৰা ভাৰতৰ কোকৰাঝাৰ জিলাত আনি থকা অবস্থাত অবৈধ পেট্ৰোল সহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে এএছ ১৯ বি ৯৭৮৩ নম্বৰৰ চেন্ট্ৰৈৰ হোণ্ডাই বাহন জব্দ কৰি কাষ্টম বিভাগক সমজাই দিছে বুলি এচএচবিয়ে জানিবলৈ দিয়ে, উল্লেখ যে উক্ত ব্যক্তি জন বহু দিনৰ পৰা অবৈধ ভাবে পেট্ৰোল সৰবৰাহৰ কাম কৰি আছিল বুলি জানিব পৰা গৈছে