Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: জিলা পৰিষদ গঠন সন্দৰ্ভত চহৰত বঙাইগাঁও জিলা কংগ্ৰেছ সভাপতি গিৰিশ বৰুৱাৰ প্ৰতিক্ৰিয়া , কংগ্ৰেছে অগপক সমৰ্থন কৰা নাই
Bongaigaon Part, Bongaigaon | Aug 6, 2025
অগপৰ মৃদুলা সিংহক বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী হিচাবে লৈ মঙ্গলবাৰে গঠন কৰা হৈছিল বঙাইগাঁও জিলা পৰিষদ। অগপই কংগ্ৰেছৰ সমৰ্থনত জিলা পৰিষদ গঠন কৰা চৰ্চা মাজত আজি বুধবাৰে বঙাইগাঁও চহৰত জিলা কংগ্ৰেছ সভাপতি গিৰিশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছে অগপক সমৰ্থন কৰা নাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!