Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: দহাবৰা চুকৰ চাঞ্চল্যকৰ ছুৰিকাঘাট কাণ্ডৰ নতুন মোৰ ,ছুৰিকাঘাটত আহত যুৱকৰ বিৰুদ্ধে যুৱতীক অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ যুৱতীৰ

Jorhat West, Jorhat | Oct 6, 2025
দহাবৰা চুকৰ চাঞ্চল্যকৰ ছুৰিকাঘাট কাণ্ডৰ নতুন মোৰ ।ছুৰিকাঘাটত আহত যুৱকৰ বিৰুদ্ধে যুৱতীক অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ যুৱতীৰ । প্ৰেমিকাক অশ্লীল ব্যৱহাৰ কৰাৰ খঙত প্ৰেমিকে যুৱকক কৰিছিল আক্ৰমণ। দেওবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । যোৰহাটৰ দহাবৰাচুকত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ছুৰিকাঘাটৰ ঘটনা । ছুৰিৰ আঘাতত আহত হৈছিল তিনি যুৱক ।
Read More News
T & CPrivacy PolicyContact Us