Download Now Banner

This browser does not support the video element.

বৰপেটা: পাকাবেতবাৰীত অনুষ্ঠিত আমছুৰ সজাগতা সভাত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অংশ গ্ৰহণ

Barpeta, Barpeta | Sep 3, 2025
সংখ্যালঘুৰ ভোটেৰে বিধায়ক নিৰ্বাচিত হৈ সংখ্যালঘুৰ বিপদৰ সময়ত নিমাত হৈ থকা সংখ্যালঘু বিধায়কৰ বিৰুদ্ধে আমছুৰ সজাগতা অভিযান। ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰুদ্ধে মাত নমতা সংখ্যালঘু বিধায়কক চিনাক্ত আমছুৰ । সংখ্যালঘুৰ হৈ মাত নমতা সংখ্যালঘু বিধায়কক পহু খেদা দিবলৈ ৰাইজলৈ আহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ । পাকাবেতবাৰীত অনুষ্ঠিত সজাগতা সভাত অংশ লৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিলে এই হুংকাৰ ।
Read More News
T & CPrivacy PolicyContact Us