Download Now Banner

This browser does not support the video element.

বৰপেটা: শংকৰদেৱ সমাজ অধ্যায়নাগাৰ বৰপেটা উদ্যোগত বৰপেটা সত্ৰত ৭ দিনীয়াকৈ ৬২ সংখ্যক ভাগৱত জয়ন্তী পালন

Barpeta, Barpeta | Sep 2, 2025
শংকৰদেৱ সমাজ অধ্যায়নাগাৰ বৰপেটা উদ্যোগত ৬২ সংখ্যক ভাগৱত জয়ন্তী বৰপেটা সত্ৰত ৭ দিনীয়াকৈ পালন কৰা হয়। শংকৰদেৱ সমাজ অধ্যায়নাগাৰ বৰপেটা উদ্যোগত আয়োজন কৰা ভাগৱত জয়ন্তীত নিদিষ্ট বক্তা হিচাপে অপুৰ্ব কুমাৰ তালুকদাৰে ভাগৱতৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ ভাগৱত জয়ন্তীত কাৰ্যসূচীত অঞ্চলটোৰ ভকত সকলৰ লগতে আই মাতৃ সকলে অংশ গ্ৰহণ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us