This browser does not support the video element.
কোকৰাঝাৰ ভাগ: শ্ৰীৰামপুৰত আক্ৰাছুৰ উদ্যোগত প্ৰতাৰণা দিৱস পালন, ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন আক্ৰাছুৰ
Kokrajhar Part, Kokrajhar | Aug 28, 2025
বৃহস্পতিবাৰ দিনা বিয়লি ২.৩০ বজাত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত কলা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰে আক্ৰাছু,উল্লেখ্য যে ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত হৈছিল মাৰ্জাৰ চুক্তি,উক্ত চুক্তিমতে কোচবিহাৰক 'গ' শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ কথা উল্লেখ আছিল চুক্তিত,কিন্তু পিছত চৰকাৰে এই ক্ষেত্রত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজিৰ দিনটোত পালন কৰি আহিছে প্ৰতাৰণা দিৱস হিচাপে পালন কৰে