Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: মহানগৰৰ ২ নং ৱাৰ্ডৰ হিতাধিকাৰী সকলক "মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি" ৰ প্ৰপত্ৰ বিতৰণ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে
Dibrugarh East, Dibrugarh | Aug 26, 2025
আজি মঙ্গলবাৰে বিয়লি ৪ বজাত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত পদুম নগৰ পাব্লিক স্কুলত ২ নং ৱাৰ্ডৰ হিতাধিকাৰী সকলৰ মাজত "মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি" ৰ প্ৰ-পত্ৰ হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!