গোৱালপাৰা মহাবিদ্যালয়ত ভূপেন হাজৰিকাৰ জন্ম শত বৰ্ষৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কাইলৈৰ ৯৯ সংখ্যক জন্ম দিন আৰু লগতে শতবাৰ্ষিকীৰ আৰম্ভণি উপলক্ষে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বৃহৎ কবিতা আবৃত্তিৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই উপলক্ষে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু কবিতা আবৃত্তি কৰা হয়।