Download Now Banner

This browser does not support the video element.

বাক্সা: নমিনেটে MCLAয়ে দাবীৰে নাথ যোগীৰ সংবাদমেল

Baska, Baksa | Sep 28, 2025
নমিনেটে MCLAয়ে দাবীৰে নাথ যোগীৰ সংবাদমেল। ২০০৩ চনৰ পৰাই বিটিচি চৰকাৰক দাবী জনায় আহিছে নমিনেটে MCLA ৰ বাবে আচৰিত কথাটো হ'ল  আজিলৈকে বিটিচি চৰকাৰে নমিনেটে MCLA নিদিলে নাথ যোগীয়ে। এইবাৰ বিটিচিত বিপিএফ চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছতেই বিপিএফ চৰকাৰক আহ্বান জনায় নাথ যোগীক নমিনেটে MCLA দিয়াৰ বাবে।
Read More News
T & CPrivacy PolicyContact Us