Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: চহৰত জনপ্ৰিয় ৰীল, ভিডিও ক্ৰীয়েটৰ ৰাজীৱ কলিতাৰ আত্মহত্যা

Bongaigaon Part, Bongaigaon | Sep 5, 2025
বঙাইগাঁও চহৰত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয়। চিপ লৈ আত্মহত্যা কৰে ৰাজীৱ কলিতা নামৰ এজন যুৱকে।কি কাৰণত এই যুৱকজনে আত্মহত্যা কৰিলে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখ কৰিব লাগিব যে সামাজিক মাধ্যমত বিভিন্ন বিষয়ৰ উপৰত ৰীল আৰু ভিডিও বনাই অতি কম সময়ৰ ভিতৰত জনপ্ৰিয়তা লাভ কৰিছিল ৰাজীৱ কলিতাই। শুক্ৰবাৰে দিনৰ ১ বজাত আৰক্ষীয়ে ৰাজীৱৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us