Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ৰাজপথত দৌৰাই দৌৰাই পিতিব প্ৰাক্তন বিধায়ক শিলাদিত‍্য দেৱক, সদৰত কৈৱৰ্ত্ত যুৱ ছাত্র সন্মিলনৰ সভাপতি জয়ন্ত দাসৰ মন্তব্য

Dibrugarh East, Dibrugarh | Aug 28, 2025
প্ৰাক্তন বিজেপিৰ বিধায়ক শিলাদিত‍্য দেৱৰ এটা মন্তব‍্যকলৈ গৰজি উঠিছে অনুসূচীত জাতিৰ দল সংগঠন। মুছলমান লোক সকলে যদি হিন্দু ধৰ্ম গ্ৰহণ কৰে তেতিয়া অনুসূচীত জাতি হিচাপে স্বীকৃতি দিয়া হব বুলি প্ৰাক্তন বিজেপিৰ বিধায়ক শিলাদিত‍্য দেৱে কোৱা মন্তব‍্যকলৈ আজি বৃহস্পতিবাৰে দিনৰ ১ বজাত সদৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাসে
Read More News
T & CPrivacy PolicyContact Us