Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: মাহে প্ৰায় ৩০ জনৰ শৰীৰত ধৰা পৰিছে যোৰহাটত HIV মহাবিদ্যালয়ৰ ছাত্ৰআক্ৰান্ত HIVত,তৰাজানত মন্তব্য এইডছ নিয়ন্ত্ৰণ বিষয়াৰ

Jorhat West, Jorhat | Aug 22, 2025
প্ৰতিমাহে প্ৰায় ৩০ জনৰ শৰীৰত ধৰা পৰিছে যোৰহাটত HIV ৰোগ । মহাবিদ্যালয়ৰ ছাত্ৰ আক্ৰান্ত হৈছে HIV ত। তৰাজানত মন্তব্য এইডছ নিয়ন্ত্ৰণ বিষয়াৰ । আটাইতকৈ ভয়ংকৰ তথ্যটো হৈছে যোৰহাটৰ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰ ও আক্ৰান্ত হৈছে HIV ত । যোৰহাটত এই ৰোগ বৃদ্ধি পোৱাৰ মূলত হল ড্ৰাগছ । একেটা চিৰিঞ্জেৰে ড্ৰাগছ লোৱাৰ ফলতে এজনৰ পাছত আন জনৰ শৰীৰলৈ সংক্ৰমণ হৈছে এই ৰোগ ।
Read More News
T & CPrivacy PolicyContact Us