Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: আমগুৰি সমষ্টি হেৰুওৱাৰ পাছত টীয়ক সমষ্টিত দলে বলে এণ্ট্ৰী বিধায়ক প্ৰদীপ হাজৰিকাৰ,বাইপাছত অগপত যোগদান কাৰ্যসূচিত অংশগ্ৰহণ

Jorhat West, Jorhat | Sep 10, 2025
আমগুৰি সমষ্টি হেৰুওৱাৰ পাছত টীয়ক বিধান সভা সমষ্টিত দলে বলে এণ্ট্ৰী বিধায়ক প্ৰদীপ হাজৰিকাৰ । বাইপাছত অগপত যোগদান কাৰ্যসূচী । যোৰহাটৰ বাইপাছ স্থিত ধনদা বিবাহ ভৱনত অসম গণ পৰিষদত যোগদান কাৰ্যসূচী । চাৰি শতাধিক যুৱক যুৱতীয়ে আজি যোগদান কৰে অসম গণ পৰিষদত । ২৬ ৰ বিধান সভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ । আৰম্ভ হল ৰাজনৈতিক কুচকাৱাজ ।
Read More News
T & CPrivacy PolicyContact Us