Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ জিলাৰ সম্পাদক তপন চুতীয়াৰ আকস্মিক বিয়োগত শিৱসাগৰত শোক প্ৰকাশ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ
Sibsagar, Sivasagar | Sep 2, 2025
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ জিলাৰ সম্পাদক তপন চুতীয়াৰ আকস্মিক বিয়োগত শিৱসাগৰত শোক প্ৰকাশ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ । কাজিৰঙা আই টি আইৰ অধ্যক্ষ তথা চুতীয়া ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ সম্পাদক তপন চুতীয়াৰ বিয়োগত শোক স্তব্ধ শিৱসাগৰ । জিলা সাহিত্য সভা, চুতীয়া ছাত্ৰ সন্থা , শিৱসাগৰ জিলা বিজেপিকে আদি কৰি প্ৰায় শতাধিক অনুষ্ঠানৰ গভীৰ শোক প্ৰকাশ যুৱ নেতা গৰাকীৰ এই অকাল বিয়োগত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!