Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: পথালি পাহাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজন যুৱকৰ পৰা ড্ৰাগছ ভৰ্তি ৫০ টা কন্টেইনাৰ সহ আটক বান্দৰদেৱা আৰক্ষীৰ

Bihpuria, Lakhimpur | Aug 22, 2025
লখিমপুৰ জিলাৰ পথালিপাহাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে বান্দৰদেৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকৰ পৰা ড্ৰাগছ ভৰ্তি ৫০টা কন্টেইনাৰ সহ যুৱক জনক আটক কৰিবলৈ সক্ষম হয় বান্দৰদেৱা আৰক্ষীয়ে ।
Read More News
T & CPrivacy PolicyContact Us