Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত কেঁচা চাহপাতৰ উচিত মুল্য নোপোৱাৰ সন্দৰ্ভত জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত

Doom Dooma, Tinsukia | Aug 27, 2025
ৰাজ্যত ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতৰ উচিত মুল্য নোপোৱাত বুধবাৰে দুপৰীয়া ২ বজাত তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখন সভা ডুমডুমাত অনুষ্ঠিত হৈ যায় । সভাত কেনিয়াৰ পৰা ৰাজ্যলৈ চাহৰ আমদানি সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে সৌচ্ছাৰ হৈ পৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নেতৃত্ব ।
Read More News
T & CPrivacy PolicyContact Us