Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ লোক নিৰ্মান বিভাগৰ পৰিত্যক্ত আৱাস গৃহত তিনি যুৱকে ড্ৰাগছ লৈ থকা সময়তে হাতে লোটে ধৰে ৰাইজে

Balijana, Goalpara | Jul 10, 2025
চহৰৰ লোক নিৰ্মান বিভাগৰ পৰিত্যক্ত আৱাস গৃহত তিনি যুৱকে ড্ৰাগছ লৈ থকা সময়তে হাতে লোটে ধৰে ৰাইজে।গোৱালপাৰাত অবাধ গতিত চলিছে নিষিদ্ধ ড্ৰাগছৰ বেহা। আৰক্ষীৰ চকুত ধুূলি দি একংশই চলাই গৈছে ড্ৰাগছৰ বেহা। ফলত ধ্বংসৰ মুখে ধাৱমান হৈছে একাংশ উদীয়মান যুৱক। তাৰেই জলন্ত উদাহৰন এয়া। চহৰৰ লোক নিৰ্মান বিভাগৰ পৰিত্যক্ত আৱাস গৃহ সমুহত কোনো নথকাৰ সুযোগলৈ একাংশ যুৱক আসক্ত হৈ থাকে ড্ৰাগছৰ নিছাত।
Read More News
T & CPrivacy PolicyContact Us