Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলে নেকি অবৈধ গৰু সৰবৰাহ , জাঁজীমুখত গৰু সহ চাৰি গৰু চোৰ আটক , ৰাইজে আঁঠু কঢ়ালে চোৰক

Jorhat West, Jorhat | Sep 11, 2025
ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলে নেকি অবৈধ গৰু সৰবৰাহ ?জাঁজীমুখত গৰু সহ চাৰি গৰু চোৰ আটক। ৰাইজে আঁঠু কঢ়ালে চোৰক ।টীয়কৰ জাঁজীমুখত গৰু চোৰৰ সৈতে জড়িত চাৰিজনকৈ যুৱকক ৰাইজে আজি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে জোনাইৰ পৰা ১৭ টাকৈ গৰু চোৰ কৰি আনি নাওঁৱেৰে বিভিন্ন স্থানলৈ ব্ৰহ্মপুত্ৰৰ মাজেদি সৰবৰাহ কৰিবলৈ আনিছিল এই বৃহৎ গৰুচোৰ চক্ৰটোৱে।
Read More News
T & CPrivacy PolicyContact Us