দলগাওঁ সমষ্টিৰ বালাবাৰী গাওঁ পঞ্চায়তৰ বালাবাৰী গাঁৱত অনুষ্ঠিত AIUDF ৰ এক বুথ কমিটিৰ সভা অনুষ্ঠিত হয়।এই সভাত আগন্তুক বিধান সভা নিৰ্বাচনৰ ওপৰত আলোচনা হোৱাৰ উপৰিও দলটোৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা হয়। সভাত উপস্থিত থাকে দলগাও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ