Download Now Banner

This browser does not support the video element.

বালিজানা: কল্পনা নগৰত যোৱা নিশা এক দুৰ্ঘটনাৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাত অনুতপ্ত হৈ ক্ষমা বিচাৰে ইউটিউবাৰ বৰসা বৰাই

Balijana, Goalpara | Aug 26, 2025
কল্পনা নগৰত যোৱা নিশা এক দুৰ্ঘটনাৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাত অনুতপ্ত হৈ ক্ষমা বিচাৰে বৰসা বৰাই। যোৱা নিশা চহৰৰ কিছমতপুৰৰ ইউ টিউবাৰ বৰসা বৰাই চহৰৰ বাপুজীনগৰত এটা ই ৰিক্সাই তেওঁৰ গাড়ীত খুন্দা মাৰিছিল। তাতেই খঙত অগ্নিশৰ্মা হৈ ৰিক্সা চালক মাৰিবলৈ উদ্যত হৈছিল আৰু ডিচি এচপিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। পিছত তেওঁ নিজৰ ভুল বুজি পাই অনুতপ্ত হৈছে। সেয়ে তেওঁ ডিচি এচপিক ক্ষমা খোজাৰ লগতে সকলোৰে ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে।
Read More News
T & CPrivacy PolicyContact Us