This browser does not support the video element.
তিনিচুকীয়া: সদৰ থানাৰ সন্মুখত সন্দেহজনক মিঞাৰ দ্বাৰা খিলঞ্জীয়া যুৱকক আক্ৰমণৰ ঘটনাত দল সংগঠনৰ প্ৰতিবাদ
Tinsukia, Tinsukia | Aug 26, 2025
সদৰ থানাৰ সন্মুখত সন্দেহজনক মিঞাৰ দ্বাৰা খিলঞ্জীয়া যুৱকক আক্ৰমণৰ ঘটনাত দল সংগঠনৰ প্ৰতিবাদ । পুনৰ তিনিচুকীয়াত সন্দেহজনক মিঞাৰ দ্বাৰা খিলঞ্জীয়া যুৱকক আক্ৰমণৰ ঘটনা । তিনিচুকীয়াৰ বৰদলৈ নগৰত নিৰ্মাণৰত ভৱনৰ নিৰাপত্তাৰক্ষী অংকুৰজ্যোতি দত্ত নামৰ এজন যুৱকক আক্ৰমণ কৰা ঘটনা লৈ মঙ্গলবাৰে বিয়লি প্ৰায় ৩ মান বজাত তিনিচুকীয়া সদৰ থানাৰ সন্মুখত স্থানীয় দল সংগঠনৰ প্ৰতিবাদ । ৷ ইতিমধ্যে এই সন্দৰ্ভত ৬ জন মিঞা যুৱকক আটক কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ।