Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ কাʼ ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ

India | Sep 4, 2025
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰবেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ “কা” বাতিলৰ দাবীত প্ৰতিবাদ সংগঠনটোৰ,সংগঠনটোৰ দাবী “কা” পূৰ্বতেও সদৌ অসম ছাত্ৰ সন্থাই মনা নাছিল এতিয়াও “কা” সম্পূৰ্ণ বিৰোধিতা কৰিছো,কেন্দ্ৰীয় চৰকাৰে যদি “কা”ৰ লগতে আদেশ পত্ৰ উঠাই নলয় তেতিয়া অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই বৃহৎ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
Read More News
T & CPrivacy PolicyContact Us