This browser does not support the video element.
মানকাচৰ: নৈপৰীয়া অঞ্চলৰ মেদৰটাৰী ঈদগাহ ময়দানত ঈদৰ নামাজ অনুষ্ঠিত হয়, হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী
Mankachar, South Salmara-Mankachar | Jun 7, 2025
শনিবাৰে পুৱা ৯ বজাত নৈপৰীয়া অঞ্চলৰ মেদৰটাৰী ঈদগাহ ময়দানত ঈদৰ নামাজ অনুষ্ঠিত হয়, হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী লোকৰ অংশ গ্ৰহণ আজি পৱিত্ৰ ঈদ উজ জোহা। পৱিত্ৰ ঈদ ক লৈ ইছলাম ধৰ্মালম্বী লোক সকলৰ মাজত দেখা গৈছে আনন্দ উল্লাস। ঈদগাহ ময়দান সমূহত দেখা গৈছে ব্যাপক ভিৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া অঞ্চলৰ মেদৰটাৰী ঈদগাহ ময়দানত ঈদৰ সুমিহীয়া নামাজ অনুষ্ঠিত হয়। হাজাৰ ৰাইজ অংশ গ্ৰহণ কৰে এই নামাজত।