Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: সদৰত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিষয় বাচনি সভা অনুষ্ঠিত,নৱ সমিতি গঠন
Tinsukia, Tinsukia | Sep 28, 2025
দেওবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত সপ্তম কেন্দ্ৰীয় দ্বি- বাৰ্ষিক অধিবেশনৰ তিনিচুকীয়া ক্ৰিষ্টেল হোটেলৰ প্ৰাংগণত বিষয় বাচনি সভা অনুষ্ঠিত কৰা হয় । সভাৰ আৰম্ভণিতে হাৰ্ট থ্রব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজলনৰ লগতে মাল্য অৰ্পন কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!