Download Now Banner

This browser does not support the video element.

দুধনৈ: দুধনৈস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰাভা মাধ্যমৰ ৮১খন বিদ্যালয়ৰ ৰাভা শিক্ষক সকলৰ প্ৰশিক্ষণৰ সামৰণি পৰে

Dudhnai, Goalpara | Aug 21, 2025
দুধনৈস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰাভা মাধ্যমৰ ৮১খন বিদ্যালয়ৰ ৰাভা শিক্ষক সকলৰ প্ৰথম পৰ্যায়ৰ চাৰিদিনীয়া প্ৰশিক্ষণৰ সামৰণি পৰে ।চাৰি দিনীয়া প্ৰশিক্ষণত ৰাভা ভাষা সংখ্যা, সংখ্যাবাচক, শব্দ, গণনা, ৰাভা ভাষাৰ ব্যাকৰণ, মমোনি জায়গানথি, মমোনি জায়াংকামুক, শব্দ ভাণ্ডাৰ আদি পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ কেইবাগৰাকী বিশিষ্ট লোকে সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ দিয়ে শিক্ষক-শিক্ষয়িত্ৰী সকলক ৷
Read More News
T & CPrivacy PolicyContact Us