Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন নকিলে জঙ্গী আন্দোলন কৰা হ'ব, চহৰত সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিৰ মন্তব্য

Bongaigaon Part, Bongaigaon | Aug 25, 2025
চৰকাৰে সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ লগতে সূত্ৰধৰ লোকসকলৰ বিভিন্ন সমস্যা সমূ্হৰ সমাধান নকৰিলে জঙ্গী আন্দোলন কৰা হ'ব। সোমবাৰে বঙাইগাঁও চহৰত অনুষ্ঠিত সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি টুপেন সূত্ৰধৰে । উল্লেখ যোগ্য যে পুৱা পতাকা উত্তোলন পিছত দিনৰ ভাগত সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন উপলক্ষে বঙাইগাঁও চহৰত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা।
Read More News
T & CPrivacy PolicyContact Us