Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম বজালনী পূজা মণ্ডপত অনুস্থূপিয়াকৈ অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা,মহা সপ্তমী উপলক্ষে ভক্তৰ দীঘলীয়া শাৰী

Tinsukia, Tinsukia | Sep 29, 2025
আজি পৱিত্ৰ মহা সপ্তমী ,ৰাজ্যজুৰি দুৰ্গতি নাশিনীৰ আৰাধনা । জুবিন গাৰ্গৰ বিয়োগত সমগ্র ৰাজ্যজুৰি শোক সন্তপ্ত হোৱাৰ হেতু পূজাৰ পূৰ্বৰ উচ্চাহ উদ্দীপনা নাই যদিও সমগ্র ৰাজ্যত ৰীতি নীতিৰে পালন কৰিছে পূজা ভাগ । মাকুমৰ বজালনী পূজা মণ্ডপত অনুস্থূপিয়াকৈ অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা । অপায় অমংগল নাশ কৰাৰ অৰ্থে শৰাই অৰ্পণ কৰিবলৈ শাৰী পতা পৰিলক্ষিত হয় ।
Read More News
T & CPrivacy PolicyContact Us