Download Now Banner

This browser does not support the video element.

মৰিগাঁও: প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰতিষ্ঠানটোৰ সভাকক্ষত জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় ,২০২৫ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত

Marigaon, Morigaon | Sep 5, 2025
শিক্ষক দিৱস উপলক্ষে আজি মৰিগাঁও জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰতিষ্ঠানটোৰ সভাকক্ষত মৰিগাঁও জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় ,২০২৫ বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও মজলীয়া বিদ্যালয় আৰু মৰিসুতি টোপ নতুন প্ৰাথমিক বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয় বঁটা প্ৰদান কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us