Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: কোটোহাগুৰিত বজ্ৰ পৰি জ্বলিল এটা বাসগৃহ, বজ্ৰ পৰাৰ ফলত জ্বলি গ'ল ঘৰটোৰ বহু আচবাব
North Lakhimpur, Lakhimpur | Aug 28, 2025
লখিমপুৰৰ কোটোহাগুৰিত বৃহস্পতিবাৰে পুৱতি নিশা বজ্ৰ পৰিল এটা বাসগৃহত। মধ্য তেলাহী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ হাজৰিকাৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা। বজ্ৰ পৰাৰ ফলত জ্বলি গ'ল ঘৰটোৰ বহু আচবাব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!