Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: কংগ্ৰেছ ভৱনৰ সন্মুখত সমুখ সমৰত কংগ্ৰেছ , বিজেপি , এফালে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি আনফালে ৰাজীৱ গান্ধী মূৰ্দাবাদ ধ্বনি
Jorhat West, Jorhat | Sep 2, 2025
কংগ্ৰেছ ভৱনৰ সন্মুখত সমুখ সমৰত কংগ্ৰেছ , বিজেপি । এফালে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি আনফালে ৰাজীৱ গান্ধী মূৰ্দাবাদ ধ্বনি। ৰাহুল গান্ধী মূৰ্দাবাদ ধ্বনিৰে আজি উত্তাল যোৰহাটৰ ৰাজপথ। যোৰহাট ষ্টেডিয়ামৰ সন্মুখৰ পৰা কংগ্ৰেছ ভৱনৰ সন্মুখেৰে বিজেপিয়ে উলিয়াই প্ৰতিবাদী সমদল । প্ৰধান মন্ত্ৰীৰ মাতৃ সম্পৰ্কে ৰাহুল গান্ধীয়ে বিৰূপ মন্তব্য কৰাৰ অভিযোগ তুলি এই প্ৰতিবাদ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!