Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: নাঙলভাঙাত নাঙলভাঙা নৈৰ তাণ্ডৱ, ক্ষতিসাধন কৰিছে মাদাৰপুৰ গাঁও

India | Aug 11, 2025
যোৱা দুদিনৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰিছে বান,গাঁওখনৰ কেবাটাও ঘৰত পানী সোমাই ক্ষতিসাধন কৰিছে নাঙলভাঙা আৰু আই নৈৰ বাঢ়নি পানীয়ে,একেদৰে আই নৈৰ বাঢ়নি পানীয়ে ব্যাপক ক্ষতিসাধন কৰিছে মাদাৰপুৰ,শিশুবাৰী আদি গাঁওতো।
Read More News
T & CPrivacy PolicyContact Us