This browser does not support the video element.
বঙাইগাঁও ভাগ: চহৰত বঙাইগাঁও বিশ্ববিদ্যালয় আক্ৰাছুৰ সংবাদমেল, গোলকগঞ্জত আক্ৰাছুৰ আন্দোলনত আৰক্ষীৰ লাঠিচালনা কৰাৰ কাৰ্যক গৰিহণা
Bongaigaon Part, Bongaigaon | Sep 13, 2025
ধুবুৰীৰ গোলকগঞ্জত আক্ৰাছুৰ আন্দোলন কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰীক আৰক্ষী দ্বাৰা লাঠিচালনা কৰাৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনায় বঙাইগাঁও বিশ্ববিদ্যালয়ৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই। শনিবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত এক সাংসদ মেল অনুষ্ঠিত কৰি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মণিৰাম ৰায়ে কয় যে চৰকাৰে কোচ ৰাজবংশী সমুদায়াৰ সমস্যা সমাধান নকৰিলে আগন্তুক দিনত সন্থাই ৰাজপথত ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হ'ব।