Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: শিলৰখুটিস্থিত শিৱ মন্দিৰত অনুষ্ঠিত হোৱা মহাযজ্ঞত উপস্থিত বিধায়ক বসন্ত দাস‌

Mangaldoi Part, Darrang | Aug 11, 2025
ঐতিহাসিক শিলৰখুটি শিৱ মন্দিৰত অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক মহা যজ্ঞ। শাওন মাহৰ অনুষ্ঠিত কৰে এই যজ্ঞ।এইবিলেও দেওবাৰৰ পৰা দুদীনিয়াকৈ অনুষ্ঠিত কৰিছিল জজ্ঞ ।দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই জজ্ঞত সোমবাৰে দুপৰীয়া 12 মান বজাত উপস্থিত হয় বিধায়ক বসন্ত দাস‌
Read More News
T & CPrivacy PolicyContact Us