Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: অভয়াপুৰীৰ নৈসত্ৰ গাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আয়ুৱ আলী আটক, ৬.২৭ গ্ৰাম ড্ৰাগছ জব্দ

Srijangram, Bongaigaon | Sep 18, 2025
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নৈসত্ৰ গাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত আৰক্ষীয়ে ৬.২৭ গ্ৰাম ড্ৰাগছ সহ আয়ুৱ আলীক আটক কৰিবলৈ সক্ষম হয়। আয়ুৱ আলীক আটক কৰি আৰক্ষীয়ে তদন্ত অবহ্যাত ৰাখিছে ।
Read More News
T & CPrivacy PolicyContact Us