Download Now Banner

This browser does not support the video element.

গুৱাহাটী: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰাক লৈ গুৱাহাটীত অসন্তুষ্টি প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ

Guwahati, Kamrup Metropolitan | Sep 22, 2025
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰাক লৈ সোমবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত অসন্তুষ্টি প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ।জুবিন দাক বিদায় দিয়াৰ সময়ত আকৌ আমাৰ পৰা কাঢ়ি নি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰিব বিচাৰিছে,দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰাক লৈ সন্তুষ্ট নহয় "গৌৰৱ গগৈ" !জুবিন গাৰ্গৰ তদন্তক লৈ এনেদৰেই অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে
Read More News
T & CPrivacy PolicyContact Us