This browser does not support the video element.
পশ্চিম যোৰহাট: আজিৰে পৰা টেনিছ ক্লাৱত অনুষ্ঠিত হৈছে এছিয়া লন টেনিছ প্ৰতিযোগিতা, হংকঙৰ প্ৰতিযোগীৰ অংশগ্ৰহণ
Jorhat West, Jorhat | Sep 1, 2025
আজিৰে পৰা টেনিছ ক্লাৱত অনুষ্ঠিত হৈছে এছিয়া লন টেনিছ প্ৰতিযোগিতা । হংকঙৰ প্ৰতিযোগীৰ অংশ গ্ৰহণ। পাঁচ দিনিয়াকৈ অনুষ্ঠিত হব লগীয়া উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৬২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । এইবাৰ উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ আহিছে হংকঙৰ খেলুৱৈ । প্ৰতিযোগিতা খনিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা আয়ুক্ত ।